Local, Vocal, Global

WATCH | Lurin Jyoti Gogoi : বিজেপিক ভোট নিদিয়া সকলোক নিদিয়ে অৰুণোদয়ঃ লুৰীণজ্যোতি গগৈ

নিউজ ডেস্ক,১৩মাৰ্চ : বিজেপিক ভোট নিদিয়া সকলোক নিদিয়ে অৰুণোদয়ঃ লুৰীণজ্যোতি গগৈ।

লুৰীণজ্যোতি গগৈক ভোট দিয়াৰ বাবেই অৰুণোদয় আঁচনিৰ পৰা বহু ভোটাৰৰ নাম কৰ্তন হৈছে ডিব্ৰুগড়ত।

চাবুৱাৰ এক অনুষ্ঠানত এই বিস্ফোৰক অভিযোগ লুৰীণজ্যোতি গগৈৰ(Lurin Jyoti Gogoi)।

অৰুণোদয়ৰ নামত ৰাইজক চৰকাৰে ব্লেকমেইলিং কৰাৰো অভিযোগ তুলিছে।

লগতে পঢ়ক : WATCH | Rangia News : PUBG খেলি পৰপুৰুষৰ সৈতে প্ৰেমত পৰিল বোৱাৰী;সন্তানক লগত লৈ স্বামীক এৰি পলাল পত্নী