WATCH | Lumding News : লামডিং কেন্দ্ৰীয় বিদ্যাল়য়ত বাৰ্ষিক অনুষ্ঠানৰ অয়োজন
লামডিং,৬মে : লামডিং কেন্দ্ৰীয় বিদ্যাল়য়ত প্ৰতি বছৰৰ দৰে এই বছৰও আয়োজন কৰা হৈছে বাৰ্ষিক অনুষ্ঠান।
এই অনুষ্ঠান উপলক্ষে বিভিন্ন ধৰণৰ খেল প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। উক্ত প্ৰতিযোগিতা সমূহত স্কুলৰ ছাত্ৰ ছাত্ৰী সকল অংশ গ্ৰহন কৰে,। সোমবাৰে এই অনুষ্ঠানৰ সামৰণি পৰে(Lumding News)।
সামৰণি অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত আছিল উত্তৰ পূৰ্বাঞ্চলৰ ৰেলৱে মাণ্ডলীক প্ৰবন্ধ গৰাকী। এই অনুষ্ঠানত ৰাইজৰ বিভিন্ন প্ৰান্তৰ নৃত্য প্ৰদৰ্শন কৰে ছাত্ৰ ছাত্ৰী সকলে।