WATCH | Lumding News : লামডিঙত হাতে হাতে মম জ্বলাই প্ৰতিবাদী সমদল

লামডিং,৩০এপ্ৰিল : লামডিঙত হাতে হাতে মম জ্বলাই প্ৰতিবাদী সমদল ৷
কাশ্মীমৰৰ পেহেলগামত যি অনাংক্ষিত সন্ত্ৰাসবাদীয়ে নিৰিহ লোকক হত্যা কৰিলে তাৰেই প্ৰতিবাদত সমদল৷
হোজাই জিলা ভৌজপোৰি পৰিষদৰ উদ্যোগত সমদল উলিওৱা হয়(Lumding News)৷
লামডিং কালিবাড়ীৰ পৰা উলিয়াওৱা এই সমদলত প্ৰায় শতাধিক লোকে অংশ গ্ৰহণ কৰাৰ লগতে সমগ্ৰ লামডিঙজুৰি উলিওৱা হয় এই প্ৰতিবাদী সমদল৷
লগতে পঢ়ক : HS Results 2025 : ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল