Local, Vocal, Global

WATCH | Lumding News : লামডিঙত নিশা সাংবাদিকৰ ওপৰত একাংশ দুৰ্বৃত্তৰ আক্ৰমণ

লামডিং,২৪এপ্ৰিল : লামডিঙত নিশা সাংবাদিকৰ ওপৰত একাংশ দুৰ্বৃত্তৰ আক্ৰমণ ৷

নিশা লামডিং বজাৰৰ মাজমজিয়াত এটি ব্যক্তিগতখণ্ডৰ সংবাদদাতা আৰু এখন বাতৰি কাকতৰ সাংবাদিকক অতৰ্কিতে আক্ৰমণ কৰে ৷

এই সকলো দৃশ্য আবদ্ধ হৈ ৰয় চিচি টিভি কেমেৰাত(Lumding News) ৷

অভিযোগ মতে একাংশ দুষ্ট চক্ৰৰ সৈতে জড়িত যুৱকে আক্ৰমণ কৰাৰ অভিযোগ ৷

ঘটনা সন্দৰ্ভত লামডিং আৰক্ষী থানাত কৌশিক দত্তই এটি গোচৰ ৰুজু কৰে ৷

আৰক্ষীয়ে গোচৰৰ ভিক্তিত নিশা ই সঞ্জিৱ চক্ৰৱৰ্তীক আটক কৰিছে আৰু লগতে তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক : WATCH | Sipajar News : বৰদৌলগুৰি -দুমুনিচকী জিলা পৰিষদ সমষ্টিৰ অগপ প্ৰাৰ্থী চণ্ডীচৰণ চৌধুৰীৰ ব্যাপক প্ৰচাৰ অভিযান