Local, Vocal, Global

WATCH | Lumding News : লামডিঙৰ শীতলা মেলাৰ অঘটনক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ শীতলা পূজা কমিটীৰ সভাপতি দেবাশীশ গুপ্তাৰ

লামডিং,৫এপ্ৰিল : লামডিঙৰ শীতলা মেলাৰ অঘটনক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ শীতলা পূজা কমিটীৰ সভাপতি দেবাশীশ গুপ্তাৰ।

ছুনামি এডভেঞ্চাৰ ৰাইডৰ মাজতে সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনকলৈ কমিটীৰ তৰফৰপৰা প্ৰতিক্ৰিয়া(Lumding News)।

এতিয়ালৈকে কোনোধৰণৰ সিদ্ধান্ত লোৱা হোৱা নাই যে সকলো এডভেঞ্চাৰ থাকিব না চলিব বুলি জানিবলৈ দিয়ে মন্দিৰ কমিটীৰ তৰফৰপৰা পৰা ।

লগতে পঢ়ক : WATCH | Sonapur News : সোণাপুৰত অনুষ্ঠিত খেল মহাৰণত অঘটন