Local, Vocal, Global

WATCH | Lumding News: লামডিঙৰ শীতলা মেলাত অঘটন

লামডিং,৫এপ্ৰিল : লামডিঙৰ শীতলা মেলাত অঘটন। ছুনামি এডভেঞ্চাৰ ৰাইডৰ পৰা পৰি আহত এজন যুৱক। আহত যুৱকজনক হোজাইৰ হাস্পতালত ভৰ্তি। আহত যুৱকজনৰ নাম ধ্ৰুৱ মালাকাৰ।

শুকুৰবাৰে নিশা লামডিঙৰ বেলতলাৰ সীতালা পূজা আৰু বসন্ত মেলাত সংঘটিত হয় এক মৰ্মান্তিক ঘটনাটো(Lumding News)। দুৰ্ঘটনাটোৰ সঠিক কাৰণ বৰ্তমানলৈ জানিব পৰা হোৱা নাই । ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে।

এই ঘটনাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেলৰ পিছতে মেলাস্থলীত সুৰক্ষা ব্যৱস্থাক লৈ উদ্বেগ প্ৰকাশ কৰিছে।

লগতে পঢ়ক : WATCH | Ranoj Pegu : একাদশ শ্ৰেণীৰ পৰীক্ষা বাতিল সন্দৰ্ভত কি ক’লে শিক্ষামন্ত্ৰী ৰণোজ পেগুয়ে ?