Local, Vocal, Global

WATCH | Lumding News : লামডিঙত বিভিন্ন বুথৰ পৰা ‘মন কী বাত’ অনুষ্ঠান

লামডিং,২৬মে’ : দেওবাৰে লামডিঙত বিভিন্ন বুথৰ পৰা ‘মন কী বাত’ অনুষ্ঠান অনুষ্ঠিত হয় ।

তাৰ লগতে বিভিন্ন বুথ পৰা পেহেলগামৰ দুখজনক ঘটনাক কেন্দ্ৰ কৰি অপাৰেশ্যন সিন্দুৰ প্ৰতি উৎফুল্লিত হৈ ত্ৰিৰংগ যাত্ৰা কৰে লামডিং বিজেপিৰ দলীয় কাৰ্য্যকৰ্তাই।

হাতে হাতে ত্ৰিৰংগ লৈ লামডিংৰ বিভিন্ন স্থানত ভাৰত মাতা কি জয় , অপাৰেশ্যন সিন্দুৰ জিন্দাবাদ ধ্বনিৰে লামডিংৰ আকাশ বতাহ উৎফুল্লিত কৰাৰ দৃশ্য পৰিলক্ষিত হয় ।

এই‌ ত্ৰিৰংগ যাত্ৰা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশ মৰ্মে অনুষ্ঠিত কৰা হয় বুলি জানিবলৈ দিয়ে(Lumding News)।

এই যাত্ৰা উপস্থিত থাকে লামডিং বিধায়ক লগতে বিভিন্ন সংখ্যক লোক।

লগতে পঢ়ক : WATCH | Nagaon News : সদৌ অসম সত্ৰ মহাসভাৰ কাৰ্য্যনিৰ্বাহক আৰু সাধাৰণ সভাৰ আয়োজন