Lumding News: নখুটিত বন্দুকসহ আটক দুজন ব্যক্তিক
লামডিং,২৫নৱেম্বৰ : দেওবাৰে নিশা নখুটিত হোজাই আৰক্ষীৰ অভিযান।
হোজাইৰ ASP(C) পল্লব তামুলীৰ নেতৃত্বত অভিযান।
অভিযানত তিনিটা বন্দুকসহ আটক কৰা হয় দুজন ব্যক্তিক ।
আটকাধীন ব্যক্তি দুজন ইছাহক আলী আৰু ছুফীয়াণ আলম বুলি জানিব পৰা গৈছে(Lumding News)।
নখুটি গাঁও পঞ্চায়ত ১০নং ৱৰ্ডৰ বিজেপিৰ ১৫৮ নং বুথ কমিটীৰ সভাপতি ইছাহক আলী।
বৰ্তমানে আটকাধীন লোক দুজনক লামডিং আৰক্ষী থানত ৰখা হৈছে।
লগতে পঢ়ক :Elephant menace in Numaligarh:নুমলীগড়ত অব্যাহত আছে বনৰীয়া হাতীৰ সন্ত্ৰাস