Local, Vocal, Global

WATCH | Lumding landslide : হাফলঙৰ পৰা জাতিংগা সংযোগী ৰেলপথত ভূমিস্খলন

লামডিং,২৪জুন : হাফলঙৰ পৰা জাতিংগা সংযোগী ৰেলপথত ভূমিস্খলন। ভূমিস্খলনৰ বাবে লামডিং পৰা যোৱা পাহাৰ লাইন সংযোগী ৰেল অনিৰ্দিষ্ট কাললৈ বাতিল । ভূমিস্খলনৰ ফলত ৭ খনকৈ ৰে’লৰ যাত্ৰা অনিৰ্দিষ্টকাললৈ বাতিল। পাহাৰ লাইন অভিমুখে সকলো ট্ৰেইন বাতিল কৰাৰ ফলত যাত্ৰী সকলৰ মাজত লাগিছে হাহাকাৰ(Lumding landslide)।

হাফলং পৰা জাটিংগা সংযোগ ৰেলৰ পথ ভূমিস্খলনৰ বাবে বন্ধ হৈ পৰে অনিৰ্দিষ্ট কাললৈ ।

cancellation of Trains on 23.06.26 has been planned as under: –
1.12501(KOAA-AGTL) Short Terminated at GHY
2.12513(CHZ-SCL) Short Terminated at LMG.
3.15611(RNY-SCL) Cancelled ex. RNY
4.15615(GHY-SCL) Cancelled ex. GHY
5.20501(AGTL-ANVT) Short Terminated at BPB
6.14037(SCL-NDLS) Rescheduled at 6.00 hrs … ex. SCL
7.15612 (SCL-GHY) Cancelled ex. SCL

লগতে পঢ়ক : WATCH | Hatsingmari News : ৰাজ্যত আৰম্ভ হ’ল পঞ্চায়ত গঠনৰ প্ৰক্ৰিয়া