Local, Vocal, Global

Lumding ganja seized :লামডিঙত জব্দ বুজন পৰিমাণৰ ভাং,এচটি পেপাৰ, Cones;আটক এজন

নিউজ ডেস্ক,১আগষ্ট : নিচাজাতীয় সামগ্ৰীৰ ঘাটিলৈ পৰিণত হৈ পৰিছে লামডিং চহৰ। লামডিং চহৰত জব্দ বুজন পৰিমাণৰ ভাং,এচটি পেপাৰ, Cones ।

বুধবাৰে নিশা লামডিঙত লামডিং আৰক্ষীয়ে অভিযান চলাই নিচাজাতীয় সামগ্ৰী সহ বান্দিলে বান্দিলে টকা জব্দ কৰে । বুধবাৰে নিশা লামডিঙৰ সমাজবাড়ী অঞ্চলত লামডিং আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া শশধৰ কলিতাৰ নেতৃত্বত অভিযান চলাই জব্দ কৰে নগদ ধন সহ ভাং, এচটি পেপাৰ, Cones(Lumding ganja seized) ।

লগতে আৰক্ষীয়ে আটক কৰে এজনক ৷ আটকাধীন সৰবৰাহকাৰীজন সমাজবাড়ীৰ ৰাজু দে বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে ৰাজু দেৰ ঘৰত অভিযান চলাই ভাঙৰ লগতে বিভিন্ন আপত্তিজনক সামগ্ৰী আৰু নগদ ২ লাখ ৬ হাজাৰ টকা জব্দ কৰে(Lumding ganja seized) ৷

লগতে পঢ়ক : Assam Youth Goes Missing In Hyderabad : বহি: ৰাজ্য হায়দৰাবাদৰ এখন চিকিৎসালয়ৰ পৰা সন্ধানহীন গোগামুখৰ এজন যুৱক