Local, Vocal, Global

LPG Commercial Cylinder Prices Hike In Delhi From September 1 : আজিৰ পৰা বৃদ্ধি পালে ব্যৱসায়িক চিলিণ্ডাৰৰ দাম

নিউজ ডেস্ক,১ছেপ্তেম্বৰ : আজিৰে পৰা পুনৰ দাম বৃদ্ধি হ’ল চিলিণ্ডাৰৰ(LPG gas price) । আজি অৰ্থাৎ ১ ছেপ্তেম্বৰৰ পৰা পুনৰ বৃদ্ধি হ’ল ব্যৱসায়িক চিলিণ্ডাৰৰ মূল্য(LPG Commercial Cylinder Prices Hike In Delhi From September 1) ।

তেল কোম্পানীসমূহে বৃদ্ধি কৰিলে চিলিণ্ডাৰৰ দাম।

১৯ কেজিৰ প্ৰতিটো ব্যৱসায়িক চিলিণ্ডাৰৰ দাম ৩৯ টকাকৈ বৃদ্ধি। ১ ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ বৃদ্ধি কৰা হ’ল চিলিণ্ডাৰৰ দাম।

আজিৰ পৰা দিল্লীত প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰৰ দাম ১,৬৯১.৫০ টকা। ব্যৱসায়িক সকাহ দিবলৈ ১ জুলাইত তেল কোম্পানীয়ে হ্ৰাস কৰিছিল চিলিণ্ডাৰৰ দাম(LPG Commercial Cylinder Prices Hike In Delhi From September 1)।

লগতে পঢ়ক : Drugs peddler arrested along with drugs : কৰিমগঞ্জত বুজন পৰিমাণৰ ড্ৰাগছসহ আটক সৰবৰাহকাৰী