Lok Sabha Election 2024 Result : যোৰহাটত বিজয় প্ৰায় নিশ্চিত গৌৰৱ গগৈৰ !

নিউজ ডেস্ক,৪জুন : যোৰহাটত বিজয় প্ৰায় নিশ্চিত গৌৰৱ গগৈৰ । যোৰহাটত ৭১ হাজাৰ ভোটত অগ্ৰগতি গৌৰৱৰ।
যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত সোণাৰি আৰু মাহমৰাত ষষ্ঠ ৰাউণ্ডৰ ভোটগণনা সম্পন্ন। ষষ্ঠ ৰাউণ্ডৰ অন্তত সোনাৰি সমষ্টিত অগ্ৰগতি লাভ গৌৰৱ গগৈৰ।
ষষ্ঠ ৰাউণ্ডৰ ভোটগণনা সম্পন্ন পিছত গৌৰৱ গগৈয়ে লাভ কৰা ভোটৰ সংখ্যা ৩৪৯৬৮ টা।
একেদৰে মাহমৰা সমষ্টিতো গৌৰৱ গগৈয়ে অগ্ৰগতি লাভ কৰিছে(Lok Sabha Election 2024 Result)।
মহামৰাত তপন গগৈয়ে লাভ কৰা ভোটৰ সংখ্যা ২৭২০০ টা।
গৌৰৱ গগৈয়ে লাভ কৰা ভোটৰ সংখ্যা ৩২৪৭৪ টা।
লগতে পঢ়ক : Lok Sabha Election 2024 Result : কোনে ক’ত লাভ কৰিছে অগ্ৰগতি