Watch :Liquor vends should be closed at 10 o’clock as per previous time in the state: ”ৰাজ্যত পূৰ্বৰ সময় অনুসৰি ১০ বজাতেই বন্ধ কৰিব লাগিব সুৰাৰ বিপণী”-মুখ্যমন্ত্ৰী
গুৱাহাটী,ডেস্ক ৰিপোর্ট: ৰাজ্যত পূৰ্বৰ সময় অনুসৰি ১০ বজাতেই বন্ধ কৰিব লাগিব সুৰাৰ বিপণী। সামাজিক মাধ্যমযোগে স্পষ্টীকৰণ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। গুৱাহাটী, ডিব্ৰুগড়, শিলচৰত এতিয়াৰে পৰা ২৪ ঘণ্টাই খোলা ৰাখিব পাৰিব দোকান। কিন্তু সুৰাৰ বিপণীৰ ক্ষেত্ৰত প্রযোজ্য নহ’ব এই সময়।গ্রামাঞ্চলতো নিশা ১১ বজালৈ খোলা ৰাখিব পাৰিব দোকান-পোহাৰৰাজ্যত পূৰ্বৰ সময় অনুসৰি ১০ বজাতেই বন্ধ কৰিব লাগিব সুৰাৰ বিপণী।