Lightning strike in Morigaon : মৰিগাঁৱত বজ্ৰ পৰি মৃত্যু এজনৰ
নিউজ ডেস্ক,১ছেপ্তেম্বৰ : মৰিগাঁৱত কৰুণ ঘটনা । মৰিগাঁৱৰ মিকিৰভেটাত বজ্ৰ পৰি মৃত্যু এজনৰ । মৃত্যু লোকজন জলিল আলী বুলি জানিব পৰা গৈছে । পথাৰত থকা এটা জুপুৰিত আছিল লোকজন(Lightning strike in Morigaon)। জুপুৰিটোত বজ্ৰ পৰাৰ ফলতে সংঘটিত হয় এই অঘটনটো। জ্বলি সম্পূৰ্ণৰূপে ছাই হৈ যায় বাসগৃহটো। জুপুৰিটোত থকা লোকজনে থিতাতে নিহত হয়(Lightning strike in Morigaon)।
লগতে পঢ়ক : Tortoise recovered in Goreswar : গোৰেশ্বৰৰ শিঙিমাৰীত দুস্প্ৰাপ্য কাছ উদ্ধাৰ