WATCH | Lightning strike in Jamugurihat : জামুগুৰিহাটত নিশা প্ৰৱল বৰষুণৰ মাজতে প্ৰচণ্ড বজ্ৰপাত
জামুগুৰিহাট,৬এপ্ৰিল : জামুগুৰিহাটত নিশা প্ৰৱল বৰষুণৰ মাজতে প্ৰচণ্ড বজ্ৰপাত।
হাটিঙাৰ প্ৰাঞ্জল বৰুৱাৰ ঘৰৰ চোতলাৰ গছত পৰিল বজ্ৰপাত(Lightning strike in Jamugurihat)।
ফলত জ্বলি উঠিল বৈদ্যুতিক সামগ্ৰী ৷ কেইবা লক্ষাধিক টকাৰ সম্পত্তি নষ্ট ৷
কথমপি প্ৰান ৰক্ষা পৰে পৰিয়ালৰ লোক সকলৰ ৷
লগতে পঢ়ক : WATCH | Sonari News : উগ্ৰপন্থী সংগঠনক খাদ্য সামগ্ৰী যোগান ধৰা অভিযোগত সোণাৰিত আটক এজনক