WATCH | Lightning strike : ধিং বজাৰৰ মাজ মজিয়াত বজ্রপাত পৰি আঘাতপ্ৰাপ্ত শিশুসহ এগৰাকী মহিলা
ধিং,১৪জুন : ধিং বজাৰৰ মাজ মজিয়াত বজ্রপাত পৰি আঘাতপ্ৰাপ্ত শিশুসহ এগৰাকী মহিলা।
শনিবাৰে বিয়লি ধিঙত বজ্রপাত পৰি আঘাটপ্ৰাপ্ত শিশু সহ এগৰাকী মহিলা(Lightning strike)। সংকটজনক অৱস্থাত ধিং FRUত ভৰ্তি কৰোৱা হয় মহিলাগৰাকীক । আহত মহিলাগৰাকী নাম ছমিলা খাতুন ।
বৰ্তমান মহিলা গৰাকীৰ অৱস্থা সংকটজনক। ইফালে বজ্ৰ পৰাৰ ফলত মহিলা গৰাকীৰ ঘৰৰ সা সামগ্ৰী জ্বলি ভস্মীভূত হয়।
লগতে পঢ়ক : WATCH | Moran News : নিষিদ্ধ ঘোষিত সংগঠনৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ চফিউদ্দিন আহমেদ ওৰফে চফিকক