Local, Vocal, Global

WATCH | Leopard terror: ডিব্ৰুগড় মাইজানত পিঞ্জৰাবদ্ধ হ’ল নাহৰফুটুকী!

ডিব্ৰুগড়,২২মে’ : ডিব্ৰুগড় মাইজানত পিঞ্জৰাবদ্ধ হ’ল নাহৰফুটুকী!

ডিব্ৰুগড়ৰ বিভিন্ন প্ৰান্তত নাহৰফুটুকী বাঘে শেহতীয়াকৈ উপদ্ৰৱ চলোৱা লগতে পশু ধন ভক্ষণ কৰাৰ উপৰিও জনাঞ্চললৈ আহি আক্ৰমণ কৰিছে কেইবাজনকো(Leopard terror)।

ডিব্ৰুগড় বন বিভাগে বিভিন্ন স্থানত পিঞ্জৰা পতাৰ লগতে যোৱা নিশা পিঞ্জৰাবদ্ধ হ’ল নাহৰফুটুকীটো।

লগতে পঢ়ক : WATCH | Jorhat News : কাৰ ভুলৰ বাবে ১৮ বছৰীয়া গনেশ দাসে হেৰুৱালগীয়া হ’ল হাত