Leopard terror:অৱশেষত পিঞ্জৰাত আৱদ্ধ হ’ল নাহৰফুটুকী

নিউজ ডেস্ক,২৬নৱেম্বৰ : যোৰহাটৰ চাৰিগাঁও নবৰা চুকত বন বিভাগে পতা পিঞ্জৰাত আবদ্ধ নাহৰফুটুকী(Leopard terror)।
দীৰ্ঘদিন ধৰি অঞ্চলটোত নাহৰফুটুকীটোৱে চলাই আহিছিল সন্ত্ৰাস।
নাহৰফুটুকীৰ সন্ত্ৰাসত অতিষ্ঠ হৈ পৰিছিল অঞ্চলবাসী।
অঞ্চলটোত আৰু কেইবাটাও নাহৰফুটুকী থকাৰ সন্দেহ।
ঘটনাস্থলীত উপস্থিত হৈছে বন বিভাগৰ লোক।
লগতে পঢ়ক :Drugs peddler arrested along with drugs: নগাঁৱৰ নাৰমাৰীত ড্ৰাগছসহ আটক সৰবৰাহকাৰী