Legendary footballer Tochen Bora passes away : ৰাজ্যৰ কিংবদন্তী ফুটবলাৰ টচেন বৰাৰ মৃত্যু
নিউজ ডেস্ক,১৪ছেপ্তেম্বৰ : ৰাজ্যৰ কিংবদন্তী ফুটবলাৰ টচেন বৰাৰ মৃত্যু। ডিব্ৰুগড়ৰ AMCHত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় ফুটবলাৰগৰাকীৰ।
১৯৭১ চনত ৰেংগুন প্ৰি অলিম্পিকত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিছিল বৰাই।‘অসমৰ মাৰাডোনা’ বুলি অভিহিত কৰা হৈছিল টচেন বৰাক(Legendary footballer Tochen Bora passes away)।
টচেন বৰাৰ বিয়োগত গভীৰ শোক প্ৰকাশ কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ সৰ্বানন্দ সোণোৱালৰ।
লগতে পঢ়ক : Encounter underway in Kishtwar district : জম্মু-কাশ্মীৰৰ কিস্তৱাড়ত সেনা-সন্ত্ৰাসবাদীৰ ভয়ংকৰ সংঘৰ্ষ;ছহিদ দুই সেনা জোৱান