Local, Vocal, Global

Lat Mandal Caught Red Handed While Taking Bribe : বঙাইগাঁৱত দুৰ্নীতি নিবাৰণ শাখাৰ জালত পৰিল লাট মণ্ডল

নিউজ ডেস্ক, ১২ মাৰ্চ : ৰাজ্যত প্ৰতিদিনে উৎকোচ হাতে দাঙে চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে ।হাত দঙাৰ প্ৰতিযোগিতা চলিছে যেন ৰাজ্যত । নিজৰ চৰকাৰী দৰমহাৰে পেট নভৰে একাংশ চৰকাৰী বিষয়া-কৰ্মচাৰীৰ । নিতৌ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিও একাংশ লোভীয়া কৰ্মচাৰীয়ে লোভ এৰিব পৰা নাই(Lat Mandal Caught Red Handed While Taking Bribe In Bongaigaon)।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি দুৰ্নীতিমুক্ত অসম গঢ়াৰ যি প্ৰচেষ্টা, সেয়া যেন সপোন হৈয়ে ৰ’ব ৷ ৰাজ্যত নিতৌ গ্ৰেপ্তাৰ হৈ আছে দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰী।

এইবাৰ বঙাইগাঁৱত দুৰ্নীতি নিবাৰণ শাখাৰ জালত পৰিল লাট মণ্ডল । উৎকোচ লৈ গ্ৰেপ্তাৰ হ’ল বইটামাৰী চক্ৰ বিষয়া কাৰ্যালয়ৰ লাট মণ্ডল ৷ CM ভিজিলেন্সৰ জালত পৰিল লাট মণ্ডল গেন্দুমোহন নাথ(Lat Mandal Caught Red Handed While Taking Bribe) ৷

লগতে পঢ়ক : MHA launches portal for those seeking Indian citizenship under CAA : নাগৰিকত্বৰ আবেদনৰ সুবিধাৰ্থে নতুন পৰ্টেল মুকলি