Local, Vocal, Global

WATCH | Large quantity of ganja seized: সৰভোগ আৰক্ষীৰ বৃহৎ সফলতা

সৰভোগ,৫এপ্ৰিল : সৰভোগত নিশা আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান।

আৰক্ষীৰ অভিযানত দক্ষিণ গণকগাড়ীত বৃহৎ পৰিমাণৰ গাঞ্জাসহ এটা গাঞ্জা ব্যৱসায়ী গ্ৰেপ্তাৰ।

ধৃত গাঞ্জা ব্যৱসায়ীটো দক্ষিণ গণকগাড়ীৰ মৃত ডালিম তালুকদাৰৰ পুত্ৰ মন্টু তালুকদাৰ(Large quantity of ganja seized)।

গাঞ্জা ব্যৱসায়ীটোৰ পৰা ৭ কিলোগ্ৰাম গাঞ্জা উদ্ধাৰ।

সৰভোগ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰণব দাসৰ নেতৃত্বত আৰক্ষীয়ে অভিযান চলাই মন্টু তালুকদাৰক গ্ৰেপ্তাৰ কৰে ।

সৰভোগ আৰক্ষীৰ গোচৰৰ ভিত্তিত তেওঁ জেল হাজোতলৈ প্ৰেৰণ কৰে ।

লগতে পঢ়ক : WATCH | Dibrugarh News : ব্যক্তিগতকৰণৰ দিশে দেশৰ ৰাজহুৱা খণ্ডৰ টেলিকম প্ৰতিষ্ঠান BSNL