WATCH | Large quantity of ganja seized: জাগীৰোড আৰক্ষীৰ জালত কুখ্যাত গাঞ্জা সৰবৰাহকাৰী

জাগীৰোড,১২মাৰ্চ : জাগীৰোড আৰক্ষীৰ জালত কুখ্যাত গাঞ্জা সৰবৰাহকাৰী।
ধৃত সৰবৰাহকাৰীজন নগাঁও বৰভেটিৰ ইজাজুল হ’ক(Large quantity of ganja seized)।
সৰবৰাহকাৰীজনৰ পৰা জব্দ ২০ কেজি ৭৪০ গ্ৰাম নিষিদ্ধ গাঞ্জা।
ডিমাপুৰৰ পৰা ৰেলেৰে জাগীৰোডলৈ যোগান ধৰিছিল গাঞ্জাখিনি।
ধৃত ইজাজুলে গাঞ্জাখিনি কেৰেলালৈ নিয়াৰ কৰিছিল পৰিকল্পনা।
জাগীৰোডৰ ৰেলৱে উৰণ সেতুৰ তলত গাঞ্জাখিনি মজুত কৰি ৰখাৰ সময়তে আৰক্ষীয়ে চলায় অভিযান।
লগতে পঢ়ক :WATCH | Road Accident : অচিনাক্ত বাহনৰ খুন্দাত থিতাতে নিহত যুৱক