Local, Vocal, Global

Lanka Man missing from Three days : বিগত ৩দিনে সন্ধানহীন লংকাৰ এজন গাড়ী চালক

নিউজ ডেস্ক,২৩ মাৰ্চ : ৰাজ্যত পুনৰ নিৰুদ্দেশৰ ঘটনা । বিগত ৩দিনে সন্ধানহীন এজন লোক ।

জানিব পৰা মতে, লামডিঙৰ পৰা নিৰুদ্দেশ হয় লোকজন । নিৰুদিষ্ট লোকজন পেচাত এজন গাড়ী চালক, ঘৰ লংকাত(Lanka Man missing from Three days) ।

নিৰুদ্দেশ লোকজন লংকাৰ পালেং বজাৰৰ পৰা ফাৰ্নিচাৰ লৈ গৈছিল লামডিঙৰলৈ । তাৰ পিছৰে পৰা সন্ধান পোৱা নাই পৰিয়ালৰ লোকে । সন্ধানহীন লোকজন বামুনগাঁও বিলপাৰাৰ ন্জাম উদ্দিন বুলি জানিব পৰি গৈছে ।

যদি কোনো সদাশয় ব্যক্তিজনৰ সম্ভেদ পাই তেন্তে 8011440111 নম্বৰত ফোন কৰি জনালৈ আহ্বান পৰিয়ালৰ লোকৰ(Lanka Man missing from Three days) ।

লগতে পঢ়ক : Woman Allegedly Drugged And Raped At Rajdhani Lodge : বাৰ্থডে পাৰ্টী খাবলৈ ৰাজধানী ল’জলৈ মাতি যুৱতীক ধৰ্ষণৰ চেষ্টা !