Local, Vocal, Global

ভূমিস্খলনৰ ফলত যান-বাহন চলাচল ব্যাহত হৈছে গেংটকত

নিউজ ডেস্ক, ৬ আগষ্ট : ছিকিমৰ অন্তৰ্গত গেংটকৰ চিংটাম (Singtam ) চহৰত শনিবাৰে হোৱা ভূমিস্খলনৰ ফলত জিলাখনত যান-বাহন চলাচল ব্যাহত হয়।

উল্লেখ্য যে, ভাৰতীয় বতৰ বিজ্ঞান বিভাগে ছিকিমৰ উপ-হিমালয়ত (Sub-Himalayan) প্ৰচণ্ড বজ্ৰপাতৰ সৈতে ব্যাপক বৰষুণৰ ভৱিষ্যতবাণী কৰিছিল।