WATCH | Land centric clash : ভূমিকেন্দ্ৰিক সংঘাতৰ ভয়ংকৰ ৰূপ
তিনিচুকীয়া,১মাৰ্চ : তিনিচুকীয়া ককৰাতলিত নিশা ভয়ংকৰ ঘটনা।
ভূমিকেন্দ্ৰিক সংঘাতে ল’লে ভয়ংকৰ ৰূপ(Land centric clash)।
জানিব পৰা মতে ৪জাই গুলি ফুটাই মৃত্যুৰ ভাবুকি প্ৰদান।
তিনিচুকীয়া ককৰাতলি সংঘটিত হৈছে এই ঘটনা।
ইতিমধ্যে তিনিচুকীয়া সদৰ থানাত ভুক্তভোগীয়ে এজাহাৰ দাখিল কৰিছে।
লগতে পঢ়ক :WATCH | Ramadan 2025: ৰমজান মাহৰ প্রাকমূহুৰ্তত ইছলাম ধৰ্মী লোকসকললৈ ডাঙৰ খবৰ