Local, Vocal, Global

Land centric clash : জোনাইত ভূমিকেন্দ্ৰিক সংঘাত

নিউজ ডেস্ক,২৯জুলাই : দুই ফৈদৰ মাজত ভূমিকেন্দ্ৰিক সংঘাত । ভূমিকেন্দ্ৰিক সংঘাতৰ ভয়ংকৰ পৰিণাম ।

জোনাইৰ জোনকাৰেঙত সংঘটিত হৈছে ভূমিকেন্দ্ৰিক সংঘাত। সংঘাতত গুৰুতৰভাৱে আহত হয় দুই মহিলাসহ তিনিগৰাকী লোক।

জানিব পৰা মতে, ১২ জনীয়া এটা দুৰ্বৃত্তৰ দলে আক্ৰমণ কৰে নৰেশ্বৰ কুলি নামৰ এজন লোকক । নিজৰ মাটিত ঘৰ নিৰ্মাণৰত সময়তে লোকজনক আক্ৰমণ কৰে দুৰ্বৃত্তৰ দলে । নৰেশ্বৰ কুলিৰ পত্নী-কন্যাকো আক্ৰমণ দুৰ্বৃত্তৰ দলটোৱে(Land centric clash)।

ঘটনা সন্দৰ্ভত ১২ গৰাকী লোকৰ বিৰুদ্ধে এজাহাৰ ভুক্তভোগী পৰিয়ালৰ।

লগতে পঢ়ক : Man goes Missing : চাপৰৰ পৰা নিৰুদ্দেশ আনোৱাৰ আলী