Lakhimpur Forest Division launched Eviction drive at Ranga Reserve Forest : লখিমপুৰৰ ৰঙা সংৰক্ষিত বনাঞ্চলত চলিব উচ্ছেদ অভিযান
নিউজ ডেস্ক,২৬জুন : লখিমপুৰৰ ৰঙা সংৰক্ষিত বনাঞ্চলত চলিব উচ্ছেদ অভিযান। অৰুণাচলীয়ে দখল কৰি নিৰ্মাণ কৰা ঘৰ ভাঙিব জিলা প্ৰশাসনে। অসমৰ ভূমি বেদখল কৰি নিৰ্মাণ কৰিছিল এক’লেণ্ড, ৰাস্তা। অবৈধভাৱে নিৰ্মাণ কৰা এক’লেণ্ড ভাঙি পেলোৱাৰ লগতে পথটো বন্ধ কৰি দিব লখিমপুৰ প্ৰশাসনে(Lakhimpur Forest Division launched Eviction drive at Ranga Reserve Forest)।
লগতে পঢ়ক :Three Missing Guwahati School Girls Rescued : নিশা গুৱাহাটীলৈ অনা হয় নুনমাটিৰ নিৰুদ্দিষ্ট ৩ কিশোৰীক