Labourer killed in tunnel collapse in NHPC’s Lower Dibang Valley project : লৱাৰ দিবাং প্ৰকল্পৰ সুৰংগ খহি মৃত্যু এজন শ্ৰমিকৰ

নিউজ ডেস্ক,১৭জুলাই : লৱাৰ দিবাং প্ৰকল্পৰ সুৰংগ খহি মৃত্যু এজন শ্ৰমিকৰ। মৃত শ্ৰমিকজন কোচবিহাৰৰ পৰিমল উদয়।
জানিব পৰা মতে, অৰুণাচলৰ লৱাৰ দিবাং প্ৰকল্পৰ এটা সুৰংগত কাম কৰি আছিল পৰিমলে। সোমবাৰে পুৱতি নিশা কাম কৰি থাকোঁতে হঠাৎ মাটি খহি পৰে আৰু শ্ৰমিকজনৰ মৃত্যু হয়(Labourer killed in tunnel collapse in NHPC’s Lower Dibang Valley project) ।
মৰণোত্তৰ পৰীক্ষাৰ বাবে ৰয়িং হাস্পতাললৈ প্ৰেৰণ মৃতদেহ।
লগতে পঢ়ক : Nagaon woman kidnapped by miscreants of Rajasthan : ৰাজস্থানৰ কুখ্যাত অপৰাধীৰ নগাঁৱৰ মহিলাক অপহৰণ