Local, Vocal, Global

Khageshwari Shaikia Passes Away: খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াৰ মাতৃৰ দেহাৱসান

নিউজ ডেস্ক,২৩অক্টোবৰ : খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াৰ মাতৃৰ দেহাৱসান।মঙলবাৰে নিশা ১১.৫১ বজাত মৃত্যুক সাবটি লয় খগেশ্বৰী শইকীয়াই। মেলামৰাৰ নিজা বাসগৃহত মৃত্যু হয় বৰ্ষীয়ান মাতৃগৰাকীৰ(Khageshwari Shaikia Passes Away)।

জানিব পৰা মতে, প্ৰায় ছমাহ বাৰ্ধক্যজনিত কাৰণত শয্যাগত হৈ আছিল শইকীয়া। মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল ৮৫ বছৰ। মেলামৰা প্ৰাথমিক বিদ্যালয়ত শিক্ষকতা কৰিছিল খগেশ্বৰী শইকীয়াই।

লগতে পঢ়ক :Fire Break Out in Nagaon: নগাঁৱৰ আমোলাপট্টিৰ বি.এম. ৰোডত বিধ্বংসী অগ্নিকাণ্ড