WATCH | Kaziranga National Park : কেমেৰাত বন্দী বাগৰি বনাঞ্চলৰ নান্দনিক দৃশ্য
নিউজ ডেস্ক,২৯এপ্ৰিল : কাজিৰঙাত পৰ্যটকৰ সন্মুখত মাক পোৱালি গঁড়। বহু সময় ধৰি পৰ্যটকৰ বাহনৰ কাষতে মাক পোৱালি গঁড় বিচৰণৰ দৃশ্য উপভোগ কৰে পৰ্যটকে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলৰ মাক পোৱালি গঁড়ৰ পথ অতিক্ৰম কৰি যোৱা নান্দনিক দৃশ্য(Kaziranga National Park)।
লগতে পঢ়ক : WATCH | Nalbari News : নলবাৰী জিলাৰ বলোৱা ভৰালীপাৰাত ২৪ তম ৰঙালী বিহু উদযাপন