Local, Vocal, Global

Karishma Nath : কৰিশ্মা নাথৰ নাগাৰা নাম প্ৰদৰ্শনৰ মাজতেই ঘটিল অঘটন

নিউজ ডেস্ক,৯ফেব্ৰুৱাৰী : সামজিক মাধ্যমত ভাইৰেল এটা ভিডিঅ’ । পুনৰ চৰ্চাত আহিল কৰিশ্মা নাথ।

কৰিশ্মা নাথৰ নাগাৰা নাম প্ৰদৰ্শনৰ মাজতেই ঘটিল অঘটন। তাল ঘূৰাই নাগাৰা নাম প্ৰদৰ্শন কৰি থাকোঁতেই হঠাৎ পৰিল কৰিশ্মা নাথ।কৰিশ্মা নাথে নাগাৰা নাম প্ৰদৰ্শন কৰি থাকোতে ভৰিত পাক খাই থিতাতে বাগৰি পৰে । তাৰে পিছতে সমাজিক মাধ্যমত ভাইৰেল হ’ল ভিডিঅ’। নিমিষতে বিয়পি পৰিছে কৰিশ্মাৰ ভিডিঅ’টো। ভিডিঅ’ ভাইৰেলৰ পাছতে বিভিন্নজনে দিনে বিভিন্ন মন্তব্য(Karishma Nath)।

অৱশ্যে, এইপৰ্যন্ত জানিব পৰা হোৱা নাই ভিডিঅ’টোত প্ৰদৰ্শন কৰা নাগাৰা নাম কোন স্থানৰ।

লগতে পঢ়ক :Delhi CM Atishi Marlena:আজি পদত্যাগ পত্ৰ দাখিল কৰিব দিল্লীৰ মুখ্যমন্ত্ৰী আতিশী মাৰ্লেনাই