WATCH | Karbi Anglong News : ৰাজ্যবাসীলৈ অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ শুভেচ্ছা ৰিতেশ ইংহিৰ

কাৰ্বি আংলং,১৩এপ্ৰিল : ৰাজ্যবাসীৰ লগতে কাৰ্বি আংলঙবাসী ৰাইজক অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ শুভেচ্ছা কাৰ্বি পৰিষদৰ পৰ্যটন আৰু জল-সম্পদ বিভাগৰ কাৰ্য্যবাহী সদস্য ৰিতেশ ইংহিৰ(Karbi Anglong News)।