WATCH | Karbi Anglong : কাৰ্বি পাহাৰৰ পণ্ডিতঘাট হাইস্কুলত শিক্ষাৰ্থীক বিনামূলীয়া চাইকেল বিতৰণ
কাৰ্বি আংলং,৩০মাৰ্চ : কাৰ্বি পাহাৰৰ পণ্ডিতঘাট হাইস্কুলত শিক্ষাৰ্থীক বিনামূলীয়া চাইকেল বিতৰণ কৰা হয় ।
নমাটি VDC ৰ অধ্যক্ষ বৃটেন মহেলা উপস্থিত থাকে উক্ত অনুষ্ঠানত ।
চৰকাৰী গাওঁ বুঢ়াৰ লগতে বহু গণ্য-মান্য ব্যক্তি উপস্থিত(Karbi Anglong)।
সৰ্বমুঠ ৪০ গৰাকী শিক্ষাৰ্থীক বিতৰণ কৰা হয় এই চাইকেল।
মুখ্যমন্ত্রীৰ বিশেষ আঁচনি ২০২৪-২৫ ৰ কেৱল নৱম শ্ৰেণীৰ শিক্ষাৰ্থীক বিতৰণ কৰা হয় চাইকেল।
শিক্ষাৰ্থী সকলে পঢ়াৰ প্ৰতি অধিক মনোযোগ দিবলৈ সু-পৰামৰ্শ অধ্যক্ষ বৃটেন মহেলাৰ।