Kamala Harris secures Democratic presidential nomination : ট্ৰাম্পৰ বিৰুদ্ধে ডেম’ক্ৰেটিক প্ৰাৰ্থী হ’ব ভাৰতীয় মূলৰ কমলা হেৰিছ

নিউজ ডেস্ক,৩আগষ্ট : ট্ৰাম্পৰ বিৰুদ্ধে ডেম’ক্ৰেটিক প্ৰাৰ্থী হ’ব ভাৰতীয় মূলৰ কমলা হেৰিছ(Kamala Harris secures Democratic presidential nomination)।
অৱশেষত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দৌৰৰ পৰা আঁতৰিল বাইডেন। আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে প্ৰ-পত্ৰত স্বাক্ষৰ কৰি আনুষ্ঠানিকভাৱে প্ৰাৰ্থিত্ব ঘোষণা কৰে কমলা হেৰিছে।
লগতে পঢ়ক : Tiger terror at Kaliabor : কলিয়াবৰত ঢেঁকীয়াপতীয়াৰ মুক্ত বিচৰণ