Local, Vocal, Global

WATCH | Kamakhya Prasad Tasa: যোৰহাটত বিজেপি অগপ অগ্ৰগতি

যোৰহাট,১১মে’ : পঞ্চায়ত নিৰ্বাচনত যোৰহাট সমষ্টি,টিয়ক সমষ্টি,মৰিয়নি সমষ্টিত বিজেপি অগপ অগ্ৰগতি দিশে।

১২ খনকৈ জিলা পৰিষদত অগ্ৰগতি দিশে(Kamakhya Prasad Tasa)।

যোৰহাট লোক সভা সমষ্টিত কংগ্ৰেছ দল ধুলিস্যাৎ।

লগতে পঢ়ক :WATCH | Kamakhya Prasad Tasa: যোৰহাট ভোট গণনা কেন্দ্ৰত উপস্থিত ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা