Local, Vocal, Global

WATCH | Kamakhya Prasad Tasa: যোৰহাট ভোট গণনা কেন্দ্ৰত উপস্থিত ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা

যোৰহাট,১১মে’ : যোৰহাট ভোট গণনা চেন্টাৰত উপস্থিত ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা লগতে যোৰহাট জিলা বিজেপিৰ সভাপতি শান্তনু পূজাৰী।

গৌৰৱ গগৈক কটাক্ষ সাংসদ গৰাকীৰ(Kamakhya Prasad Tasa)।

লগতে পঢ়ক : WATCH | Panchayat Election Result : ১৭ নং পূব নকছাৰী আঞ্চলিক পঞ্চায়তৰ বিনা প্ৰতিদ্বন্দিতাৰে বিজয়ী হৈছে বিজেপি প্ৰাৰ্থী