WATCH | Kalibor News : কলিয়াবৰৰ ৰাঙলু ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা
কলিয়াবৰ,২৭এপ্ৰিল : কলিয়াবৰৰ ৰাঙলু ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা।
গৰু ভৰ্তি বাহন আৰু বলেৰ’ বাহনৰ মাজত মুখামুখি সংঘৰ্ষ।
কথমপি প্ৰাণৰক্ষা পৰে দুয়োখন বাহন চালকৰ, হেন্দিমেনৰ(Kalibor News)।
ঘটনা সংঘটিত হোৱা বাহন দুখনৰ নম্বৰ AS12CC5525 আনখন বাহন AS12CC4638 বুলি জানিব পৰা গৈছে।
ঘটনাস্থলীত জখলাবন্ধা আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।
লগতে পঢ়ক : WATCH | Panchayat Election: ৬ নং বৰভাগ আঞ্চলিক পঞ্চায়তৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰাতুল বৈশ্যৰ নিৰ্বাচনী প্ৰচাৰ