Local, Vocal, Global

WATCH | Kalibor News : কলিয়াবৰত পঞ্চায়ত নিৰ্বাচনী সভাত অংশগ্ৰহণ সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ

কলিয়াবৰ,২৭এপ্ৰিল : কলিয়াবৰত পঞ্চায়ত নিৰ্বাচনী সভাত অংশগ্ৰহণ সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ।

অগপ বিজেপি মিত্ৰজোঁটৰ হৈ প্ৰচাৰ সভাত উপস্থিত থাকিল সাংসদগৰাকী(Kalibor News)।

কলিয়াবৰৰ নিজ বৰভগীয়া,কুঁৱৰীটোল কে ধৰি চাৰিটা পঞ্চায়তত জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থী সকলৰ হৈ প্ৰচাৰ সভাত ভাষণ প্ৰদান কৰিলে কামাখ্যা প্ৰসাদ তাছাই।

লগতে পঢ়ক : WATCH | Bilasipara News : বিলাসীপাৰাত ধুবুৰী জিলা ৰাইজৰ দলৰ সভাপতি জামাল হকৰ সংবাদমেল সম্বোধন