Kaliabor Sahitya Sabha: কলিয়াবৰ সাহিত্য সভা অধিবেশন
কলিয়াবৰ,২৩জানুৱাৰী : কলিয়াবৰ সাহিত্য সভা অধিবেশন
কলিয়াবৰৰ মিছা আঞ্চলিক মিলন সংঘ প্ৰাংগনত নগাওঁ জিলা সাহিত্য সভাৰ অধিবেশনৰ আয়োজন।
৫৪ খন পতাকা উত্তোলনেৰে শুভাৰম্ভনি অনুষ্ঠানৰ(Kaliabor Sahitya Sabha)।
মূল পতাকা উত্তোলন কৰে জিলা সভাপতি থগিত মহন্তই।
স্মৃতি তৰ্পণ কার্যসূচীত মুখ্য তৰ্পক হিচাপে উপস্থিত থাকে কলিয়াবৰ শাখাৰ সভাপতি নবীন বৰঠাকুৰ।
সনাজলৈ অৱদান আগবঢ়োৱা ৪২ গৰাকী ব্যক্তিক নগাওঁ জিলা সাহিত্য সভাই বঁটা প্ৰদান কৰিব আজিৰ অনুষ্ঠানত।
বিয়লি ভাগলৈ অনুষ্ঠিত হব লগা মুকলি সভাত উপস্থিত থাকিব প্ৰাক্তন ছাত্ৰ নেতা তথা কেবিনেট মন্ত্ৰী কেশৱ মহন্ত , মৰিগাঁও মহাবিদ্যালয় ৰ অধ্যাপক ড০ বোধেন শইকীয়া কে প্ৰমোক্ষ কৰি বিশিষ্ট ব্যক্তি সকল।
লগতে পঢ়ক :Subhas Chandra Bose Jayanti 2025: আজি নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৯ সংখ্যক জয়ন্তী