WATCH | Kaliabor News : জখলাবন্ধা মিলন সংঘত বিকশিত ভাৰত ২০৪৭ এক অনুষ্ঠান
কলিয়াবৰ,১৯মাৰ্চ : আজি জখলাবন্ধা মিলন সংঘত বিকশিত ভাৰত ২০৪৭ চেন্ট্ৰেল ব্যৰ’অৱ কমিউনিকেচন ক্ষেত্ৰ কাৰ্যালয় ডিফু উদ্যোগত জখলাবন্ধা মিলন সংঘৰ সহযোগত অনুষ্ঠিত হয় এক অনুষ্ঠানৰ(Kaliabor News)।
লগতে পঢ়ক : WATCH | Dhemaji News : ধেমাজিত দিহিঙীয়া সকলৰ বংশাৱলীৰ প্ৰস্তুতি