WATCH | Kaliabor News: কলিয়াবৰ জখলাবন্ধা শেনচোৱা গাৱঁত চোৰে চুৰি কৰিলে লক্ষাধিক মূল্যৰ সা-সম্পত্তি
কলিয়াবৰ,৪মাৰ্চ: কলিয়াবৰ জখলাবন্ধা শেনচোৱা গাৱঁত চোৰে চুৰি কৰিলে লক্ষাধিক মূল্যৰ সা-সম্পত্তি।
চোৰে চুৰি কৰি নিলে বহু মূল্যৱান সোণৰ গহনাৰ লগতে নগদ ধন(Kaliabor News)।
জখলাবন্ধা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ অব্যাহত ৰাখিছে তদন্ত।
ঘটনা সংঘটিত হৈছে জখলাবন্ধা থানাৰ এলেকাধীন ভাৰতি বৰাৰ ঘৰত।
জখলাবন্ধা আৰক্ষীক উচিত তদন্তৰ আহবান স্থানীয় লোকৰ।
লগতে পঢ়ক :WATCH | Akhil Gogoi : ‘অসমৰ ভাওনাৰ কথা একো নাজানে অশোক সিংঘালে’