Local, Vocal, Global

Kaliabor News: বাঘজানলৈ গৌৰৱ কঢ়িয়াই অনা শ্ৰী যুতা ৰুনু বৰালৈ সম্বৰ্ধনা

কলিয়াবৰ, ২০জানুৱাৰী : শিল্পী পেঞ্চনৰ সন্মান লাভাৰে বাঘজানলৈ গৌৰৱ কঢ়িয়াই অনা শ্ৰী যুতা ৰুনু বৰালৈ সম্বৰ্ধনা।

মা মহামায়া দুৰ্গা পূজা উদযাপন সমিতিয়ে আগবঢ়ালে সম্বৰ্ধনা(Kaliabor News)।

লগতে পঢ়ক :Drugs peddler arrested along with drugs:কাছাৰত পুনৰ বুজন পৰিমাণৰ ড্ৰাগছসহ সৰবৰাহকাৰী গ্ৰেপ্তাৰ