WATCH | Kaliabor News : এইবাৰ ঘোচ লৈ হাত দাঙিলে চৰকাৰী কৰ্মচাৰীয়ে
কলিয়াবৰ,২১জুন : এইবাৰ ঘোচ লৈ হাত দাঙিলে চৰকাৰী কৰ্মচাৰীয়ে।
কলিয়াবৰত নিৰীক্ষণ আৰু দুৰ্নীতি নিবাৰক শাখাৰ অভিযান। কলিয়াবৰ সমজিলাৰ কাৰ্যালয়ত চলিল এই অভিযান(Kaliabor News)।
অভিযানত কলিয়াবৰ চাব -ৰেজিষ্টাৰ কাৰ্যালয়ৰ কৰ্মচাৰী অধীৰ দাসে ঘোচ লৈ আটক।
লগতে পঢ়ক : WATCH | International Yoga Day : জামুগুৰিহাটৰ ধলাইবিলৰ চেন্ট থমাছ ইংলিছ স্কুলত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন