Local, Vocal, Global

WATCH | Kaliabor News :কলিয়াবৰত আৰক্ষীয়ে খেদি খেদি কৰায়ত্ব কৰে ড্ৰাগছ সৰবৰাহকাৰীক

কলিয়াবৰ,১৭জুন : কলিয়াবৰত আৰক্ষীয়ে খেদি খেদি কৰায়ত্ব কৰে ড্ৰাগছ সৰবৰাহকাৰীক।

জঙ্ঘলৰ মাজে মাজে পলায়ন ড্ৰাগছ সৰবৰাহকাৰীৰ।

পাছত আৰক্ষীয়ে খেদি খেদি কৰায়ত্ব কৰিবলৈ সক্ষম হয় দুই ড্ৰাগছ সৰবৰাহকাৰীক(Kaliabor News)।

দুই ড্ৰাগছ সৰবৰাহকাৰী ক্ৰমে মিটলেচ চাহানী¸বিবেক ৰৱিদাস। দুয়োৰে ঘৰ জখলাবন্ধাত বুলি জানিব পৰা গৈছে।

সন্দেহযুক্ত ড্ৰাগছ ভৰ্তি ২০টা কন্টেনাৰ উদ্ধাৰ কৰে আৰক্ষীয়ে।লগতে জব্দ কৰে এখন বাইক ।

আৰক্ষীয়ে জব্দ কৰা বাইকখনৰ নম্বৰ AS 02A Q 5430 ।

ঘটনা সন্দৰ্ভত চুলুং-উলুৱনী আৰক্ষীয়ে বৰ্তমান তদন্ত অব্যাহত ৰাখিছে।

লগতে পঢ়ক :WATCH | Nagaon News : নগাঁৱত উদ্ধাৰ কিশোৰীৰ ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত এজন যুৱকক আটক