Local, Vocal, Global

WATCH | Kaliabor News : মাজ নিশা কলিয়াবৰত উপস্থিত সভাপতি গৌৰৱ গগৈ

কলিয়াবৰ,২জুন : মাজ নিশা কলিয়াবৰত উপস্থিত অসম প্ৰদেশ কংগ্ৰেছ কমিতিৰ নৱ নিযুক্ত সভাপতি গৌৰৱ গগৈ।

মাজনিশা কলিয়াবৰৰ গৌৰী ভৱনত উপস্থিত নৱ নিযুক্ত অসম প্ৰদেশ কংগ্ৰেছ কমিতিৰ সভাপতি গৌৰৱ গগৈ।

কেইবা সহস্ৰাধিক কংগ্ৰেছ কৰ্মীয়ে আদৰণি জনাই কংগ্ৰেছ দলৰ নতুন সভাপতি গৌৰৱ গগৈক(Kaliabor News)।

কলিয়াবৰত উপস্থিত হৈ সভাপতি গৰাকীয়া পোনে পোনে দূৰ্গা মন্দিৰত নিজৰ লগতে কংগ্ৰেছ দলটোৰ হৈ সেৱা আগবঢ়াই। লগত উপস্থিত থাকে অসম কংগ্ৰেছৰ বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া,সাংসদ ৰকিবুল হুছেইন, সাংসদ আব্দুল খালেক, বিধায়িকা শিবামণি বৰাকে ধৰি বহু নেতা,কৰ্মী উপস্থিত থাকে।

লগতে পঢ়ক : WATCH | Jagiroad News : জাগীৰোডত মইনা পাৰিজাতৰ দুটি শাখাৰ শুভ উদ্বোধন