Local, Vocal, Global

Kaliabor News :কলিয়াবৰৰ ৰাষ্ট্ৰীয় ঘাইপথত বাগৰিল গছ

কলিয়াবৰ,৮জানুৱাৰী : নিশা কলিয়াবৰৰ ৰাষ্ট্ৰীয় ঘাইপথত বাগৰিল গছ।

সৰুভগীয়াৰ ৭১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত বাগৰিল গছ(Kaliabor News)।

শীতৰ প্ৰথম জাক ধাৰাসাৰ বৰষুণৰ ফলতেই বাগৰিল ঘাইপথৰ কাষৰ গছ।

গছ বাগৰাৰ ফলত সৃষ্টি হয় যান-যঁতৰ।

অৱশেষত জখলাবন্ধা বন-বিভাগৰ লোকগৈ পথৰ পৰা গছ আঁতৰোৱাৰ লগতে বাহনৰ যান-যঁত নিয়ন্ত্ৰণ কৰে।

লগতে পঢ়ক :Deboraj Upadhyay appointed APSC chairman: দেৱৰাজ উপাধ্যায়ক APSCৰ নতুন অধ্যক্ষ নিযুক্তি