Local, Vocal, Global

WATCH | Kaliabor News : কলিয়াবৰ শিশু বিদ্যাপীঠ চিনিয়ৰ চেকেণ্ডৰী স্কুলৰ কৃতি ছাত্ৰ ছাত্ৰী সকলক অভিনন্দন

কলিয়াবৰ,২৫মে’: কলিয়াবৰ শিশু বিদ্যাপীঠ চিনিয়ৰ চেকেণ্ডৰী স্কুলৰ কৃতি ছাত্ৰ ছাত্ৰী সকলৰ অভিনন্দন অনুষ্ঠান।

বিগত বৰ্ষৰ দৰে এই বছৰৰ কলিয়াবৰৰ অগ্ৰণী শিক্ষা অনুষ্ঠান শিশু বিদ্যাপীঠ চিনিয়ৰ চেকেণ্ডৰী ছাত্ৰ ছাত্ৰী সকলে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষা ত এশ শতাংশ উত্তীণ হাড়ৰে বিদ্যালয় তথা কলিয়াবৰলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে(Kaliabor News)।

সেই উদ্দেশ্যেই বিদ্যালয় খনৰ ছাত্ৰ ছাত্ৰী সকলক অভিনন্দন জ্ঞাপন কৰে।

এই অনুষ্ঠানত বিদ্যালয়ৰ পৰিচালনা সমিতিৰ বিষয় ববীয়া সকলৰ লগতে বিশিষ্ট অতিথি হিচাপে শৰৎ বৰকাকটি উপস্থিত থাকে।

লগতে পঢ়ক : WATCH | Tragic incident : দুটাকৈ পথ দুৰ্ঘটনা; নিহত ৩জনকৈ লোক