Local, Vocal, Global

WATCH | Kaliabor News : জখলাবন্ধা এল, পি স্কুলত ভোটাধিকাৰ সাব্যস্ত কৰিলে চামগুৰি বিধায়ক দিপ্লুৰঞ্জন শৰ্মাই

কলিয়াবৰ,৭মে’ : ১১নং দ্বাৰবাগৰি জিলা পৰিষদ সমষ্টিৰ,৬৬নং জখলাবন্ধা গাওঁ পঞ্চায়তৰ ১০নং কেৰিবাকৰিৰ ২২নং জখলাবন্ধা এল,পি স্কুলত ভোটাধিকাৰ সাব্যস্ত কৰিলে চামগুৰি বিধায়ক দিপ্লুৰঞ্জন শৰ্মাই(Kaliabor News)।

সকলো দলৰ পাৰ্থীসকলক শুভেচ্ছা জনোৱাৰ লগতে কেইবাঘন্টা ভোটাৰৰ লগত অপেক্ষা কৰি ভোটাধিকাৰ সাব্যস্ত কৰে বিধায়ক দিপ্লুৰঞ্জন শৰ্মাই।

লগতে ভাৰত-পাকিস্তানৰ যুদ্ধৰ ওপৰতো মন্তব্য প্ৰকাশ বিধায়ক শৰ্মাৰ।

লগতে পঢ়ক : WATCH | Panchayat Election : ৰঙিয়াৰ বিভিন্ন ভোটকেন্দ্ৰত ভোটাৰৰ লানি নিচিগা ভিৰ