Local, Vocal, Global

WATCH | Kaliabor News : প্ৰতিকুল বতৰকো নেওচি জখলাবন্ধাত দীপলিনা ডেকাৰ গীতৰ আনন্দ ল’বলৈ হাজাৰ হাজাৰ দৰ্শকৰ ভিৰ

কলিয়াবৰ,২৩এপ্ৰিল : প্ৰতিকুল বতৰকো নেওচি জখলাবন্ধাত দীপলিনা ডেকাৰ গীতৰ আনন্দ ল’বলৈ হাজাৰ হাজাৰ দৰ্শকৰ ভিৰ।

জখলাবন্ধা মিলন সংঘত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় ৰঙালী বিহু অনুষ্ঠান।

ৰঙালী বিহু অনুষ্ঠানৰ লগত সংগতি ৰাখি দ্বিতীয় দিনা অনুষ্ঠিত হয় সাংস্কৃতিক সন্ধিয়া(Kaliabor News)।

এই সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠানত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী দিপলিনা ডেকা উপস্থিত থাকি গীতৰ যাদুৰে হাজাৰ হাজাৰ দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হয়।

কলিয়াবৰৰ জখলাবন্ধা ৰাইজৰ মৰম পাই উৎফুল্লিত হৈ পৰে কণ্ঠশিল্পী দীপলিনা ডেকা।

জখলাবন্ধাৰ ৰাইজক ধন্যবাদ জনালে কণ্ঠশিল্পী দীপলিনা ডেকাই।

লগতে পঢ়ক : WATCH | Bilasipara News : মঙলবাৰে বিলাসীপাৰাত প্ৰায় ৩৫০০ বিঘা ভূমিত নিৰ্মাণ হ’ব লগা তাপ বিদ্যুৎ প্ৰকল্পস্থলী পৰ্যবেক্ষণ জিৎ আদানীৰ