Local, Vocal, Global

WATCH : Kaliabor News : কলিয়াবৰৰ বামুনি বিৰাট মেলা

কলিয়াবৰ,২১এপ্ৰিল : কলিয়াবৰৰ বামুনি বিৰাট মেলা।

কলিয়াবৰ বামুণী সাইডিং চাৰিআলিত শ্ৰী শ্ৰী হনুমান জয়ন্তী উপলক্ষে ৫ দিনীয়াকৈ অনুষ্ঠিত হৈছে মেলা অন্তিমটো দিন(Kaliabor News)।

লগতে পঢ়ক : Watch | Horrific road accident in Sipajhar: ছিপাঝাৰত ভয়ংকৰ পথ দুৰ্ঘটনা